Unmona
Similar songs
Tumi Jen Nil Baridhi
Hirak paran05:44
Akaxilota
DIPKAY,PRO-GYAN03:38
Mone Bisare Tumak
Chandan Dutta02:57
Meghranjani
Sudarsan Bordoloi03:27
Therapy
Shyamal Jyoti04:38
Kiya Najanu
Arundhati Bezbaruah05:32
Beli Maar Jai
Esha Das04:56
Hiyare Putala
Subasana Dutta,Sahibul Alam04:20
Monor Nijanot
Zubeen Garg06:12
Aloxua Hiya
Demiraj Deka,Bithika Borah05:33
Similar Songs
Tumi Jen Nil Baridhi
Hirak paran
Akaxilota
DIPKAY,PRO-GYAN
Mone Bisare Tumak
Chandan Dutta
Meghranjani
Sudarsan Bordoloi
Therapy
Shyamal Jyoti
Kiya Najanu
Arundhati Bezbaruah
Beli Maar Jai
Esha Das
Hiyare Putala
Subasana Dutta,Sahibul Alam
Monor Nijanot
Zubeen Garg
Aloxua Hiya
Demiraj Deka,Bithika Borah
About song
Genre :Lofi
6339 Plays
Music Director:
Tune:
Lyricist:
Composition:
Copyright © Shopolo Digital Private Limited
Lyrics
সেই হাঁহি
পৰাণৰ হাঁহি
ক্ষণে ক্ষণে বিৰিঙি যায়
পলকতে কিনো কৈ যায়
সেই হাঁহি
পৰাণৰ হাঁহি
ক্ষণে ক্ষণে বিৰিঙি যায়
পলকতে কিনো কৈ যায়
হিয়াৰ ভাজতে সপোন আঁকি দি যায়
সেই হাঁহিতে মিঠা ছবিটি চাই
মোৰ পৰাণে সপোনৰে গীত গাই
তোৰ হৃদয়ৰ প্ৰণয়ৰ উম পায়
হিয়াৰ ভাজতে সপোন আঁকি দি যায়
সেই হাঁহিতে মিঠা ছবিটি চাই
মোৰ পৰাণে সপোনৰে গীত গাই
তোৰ হৃদয়ৰ প্ৰণয়ৰ উম পায়
মই উন্মনা ,
উন্মনা তোমাৰ বাবে
মই উন্মনা ,
উন্মনা তোমাৰ বাবে
পল ,পল
পলে পলে গাওঁ
আশাভৰা সেই গীতকে
পল ,পল
পলে পলে গাওঁ
আশাভৰা সেই গীতকে
হিয়াৰ বাঁহীত
এটি সুৰ আহি
ঘনে ঘনে বৰষি যায়
তলকতে কিনো দি যায়
হিয়াৰ বাঁহীত
এটি সুৰ আহি
ঘনে ঘনে বৰষি যায়
তলকতে কিনো দি যায়
মনৰ মাজতে মনে মিচিকিয়াই
মোৰ মৰমে তোৰ সঁহাৰি পায়
মন বননিৰ ফাগুনৰ পছোৱাই
মোৰ হৃদয়ৰ ব'হাগীক নচুৱায়
মনৰ মাজতে মনে মিচিকিয়াই
মোৰ মৰমে তোৰ সঁহাৰি পায়
মন বননিৰ ফাগুনৰ পছোৱাই
মোৰ হৃদয়ৰ ব'হাগীক নচুৱায়
মই উন্মনা ,
উন্মনা তোমাৰ বাবে
মই উন্মনা ,
উন্মনা তোমাৰ বাবে
পল ,পল
পলে পলে গাওঁ
আশাভৰা সেই গীতকে
পল ,পল
পলে পলে গাওঁ
আশাভৰা সেই গীতকে