Baahi by xomoy
Color beam

Rename playlist

Ure Mon, Listen the songs of  Ure Mon, Play the songs of Ure Mon, Download the songs of Ure Mon

Ure Mon

Similar Songs

About song

Artists :Nikhil Chetry,Pankaj PuNK
Genre :Romantic
3459 Plays
Song : Ure Mon
Artist : Nikhil Chetry & Pankaj PuNK
Lyrics/Music/Mix & Master : Pankaj PuNK
Music Publisher: Youth Entirety Production
Copyright © Youth Entirety Production

Lyrics

আৱেগে আৱৰি ধৰে
হেৰুৱা হাঁহিৰ ঠিকনা বিচাৰি,
বহু আশা তোমাকে লৈ
বৈয়ে যাম অস্থিৰ হৈ ৷

অ উৰে মন তোমাৰ কাষলে,
অ মোৰে মন বাৰে বাৰে ৷

ৰাখোঁ অলেখ সপোন
দাপোণত ভাঙে জানা
তুমিয়ে মোৰ আপোন
তুমি যে নুবুজা ?

নিশাহৰ আকাশত হাজাৰ হাজাৰ তৰা,
বাচি ললোঁ তোমাক অভিমান কিয় কৰা ৷

নিয়ৰৰ ফাঁকে ফাঁকে কিনো বতাহ বলিছে
তাতো তোমাৰ খেলা,
বৰষুণৰ টোপালে কিয়নো বাট সলালে
তাতো তোমাৰ খেলা ৷ (x2)

অ উৰে মন তোমাৰ কাষলে
অ মোৰে মন বাৰে বাৰে৷

হিয়াৰে মাজতে
উম তুমিয়ে জানানে?
মনৰে হেঁপাহবোৰ
মই তোমাকেই যাঁচিমে ৷ (x2)

M U S I C - - - - - - - - - -

Sign in

Install Baahi app to download song

Install Baahi app to download song