app logo app logo Album Artist Genre Top Charts
Want the best yet!
Get the most in Baahi App

×
Share
Ure Mon, Listen the song  Ure Mon, Play the song  Ure Mon, Download the song  Ure Mon

Ure Mon


Ure Mon, Listen the song  Ure Mon, Play the song  Ure Mon, Download the song  Ure Mon

Ure Mon

About
Artist :Nikhil Chetry,Pankaj PuNK
Genre :Romantic
1.09K Plays
Song : Ure Mon Artist : Nikhil Chetry & Pankaj PuNK Lyrics/Music/Mix & Master : Pankaj PuNK Music Publisher: Youth Entirety Production
Copyright © Youth Entirety Production

Lyrics
আৱেগে আৱৰি ধৰে হেৰুৱা হাঁহিৰ ঠিকনা বিচাৰি, বহু আশা তোমাকে লৈ বৈয়ে যাম অস্থিৰ হৈ ৷ অ উৰে মন তোমাৰ কাষলে, অ মোৰে মন বাৰে বাৰে ৷ ৰাখোঁ অলেখ সপোন দাপোণত ভাঙে জানা তুমিয়ে মোৰ আপোন তুমি যে নুবুজা ? নিশাহৰ আকাশত হাজাৰ হাজাৰ তৰা, বাচি ললোঁ তোমাক অভিমান কিয় কৰা ৷ নিয়ৰৰ ফাঁকে ফাঁকে কিনো বতাহ বলিছে তাতো তোমাৰ খেলা, বৰষুণৰ টোপালে কিয়নো বাট সলালে তাতো তোমাৰ খেলা ৷ (x2) অ উৰে মন তোমাৰ কাষলে অ মোৰে মন বাৰে বাৰে৷ হিয়াৰে মাজতে উম তুমিয়ে জানানে? মনৰে হেঁপাহবোৰ মই তোমাকেই যাঁচিমে ৷ (x2) M U S I C - - - - - - - - - -
×