Val Lage Tumak
Similar songs
04:00
ASINASO TUM HI HO
Abinash Missong,Dalimi Kuli03:21
Moina Kokai
Bitul,Jharna05:21
Moromor Nasoni
Madhurjya Buragohain,Rashmi Gogoi03:44
O Mur Monai O
Dr. Sangita Kakati05:44
Jilele Jilele
Simanta Shekhar,Bornali03:47
Oi Kolija
Dipayon03:43
03:58
Similar Songs
Runjun
Aahan Shankar,Dolly Priya
ASINASO TUM HI HO
Abinash Missong,Dalimi Kuli
Moina Kokai
Bitul,Jharna
Moromor Nasoni
Madhurjya Buragohain,Rashmi Gogoi
O Mur Monai O
Dr. Sangita Kakati
Jilele Jilele
Simanta Shekhar,Bornali
Oi Kolija
Dipayon
Huntora
Madhurjya Buragohain,Nilakshi Neog
About song
Album: Val Lage Tumak
Genre :EDM
110 Plays
Lyricist: Himangsu Borah
Music: Kapil Boro
Tunes: Manab Nath
Mix-Mastered: Kapil Boro
Copyright © Indradhanu Official
Lyrics
সপোন দেখিছো
তোমাৰ সতে থকাৰ
প্ৰতিটো পল
প্ৰতিটো মুহূৰ্ত
প্ৰতিটো জনম
কাৰণ মাথোঁ এটাই
ভাল লাগে তোমাক।
ভাল লাগে তোমাক
মন উৰি যায় তোমালৈ,
অভিমানে সাজি দিয়া
সোণালী সপোনলৈ।।
ভাল লাগে তোমাক
মন উৰি যায় তোমালৈ,
অভিমানে সাজি দিয়া
সোণালী সপোনলৈ।।
জীৱনৰ প্ৰতি পল
আজিও তুমি তুমি,
তোমাৰ অবিহনে ই
যেন নিজান মৰুভূমি।।
জীৱনৰ প্ৰতি পল
আজিও তুমি তুমি,
তোমাৰ অবিহনে ই
যেন নিজান মৰুভূমি।।
ভাল লাগে তোমাক
মন উৰি যায় তোমালৈ,
অভিমানে সাজি দিয়া
সোণালী সপোনলৈ।।
Music..............
মোৰ হৃদয়ৰ বাগিছাৰ
তেজৰঙা গোলাপ তুমি
দুখৰ মাজতো
হাঁহিৰ উৎস তুমি
সচাকৈ সুধিছো-
হ’বানে মোৰ মৰহা জীৱনৰ
প্ৰেমগভীৰ জলৰাশি।
তুমিয়েই যেন মোৰ আজি
জীৱনৰ ৰঙীন আশা
চকুত চকু মিলি নিগৰে
শব্দবিহীন ভাষা।।
তুমিয়েই যেন মোৰ আজি
জীৱনৰ ৰঙীন আশা
চকুত চকু মিলি নিগৰে
শব্দবিহীন ভাষা।।
সপোনত আজিও ভাঁহি উঠা
তুমিয়েই স্পন্দন দেহা।
বসন্তৰ দৰে মিঠা পৰশ
মোৰ বাবে তুমি প্ৰিয়া।।
ভাল লাগে তোমাক
মন উৰি যায় তোমালৈ,
অভিমানে সাজি দিয়া
সোণালী সপোনলৈ।।
ভাল লাগে তোমাক
ভাল লাগে তোমাক
ভাল লাগে তোমাক
ভাল লাগে তোমাক