app logo app logo Album Artist Genre Top Charts
Want the best yet!
Get the most in Baahi App

×
Share
Val Lage Tumak, Listen the song  Val Lage Tumak, Play the song  Val Lage Tumak, Download the song  Val Lage Tumak

Val Lage Tumak


Val Lage Tumak, Listen the song  Val Lage Tumak, Play the song  Val Lage Tumak, Download the song  Val Lage Tumak

Val Lage Tumak

About
Artist :Manab Nath,Himangsu Borah
Album: Val Lage Tumak
Genre :EDM
101 Plays
Lyricist: Himangsu Borah Music: Kapil Boro Tunes: Manab Nath Mix-Mastered: Kapil Boro
Copyright © Indradhanu Official

Lyrics
সপোন দেখিছো তোমাৰ সতে থকাৰ প্ৰতিটো পল প্ৰতিটো মুহূৰ্ত প্ৰতিটো জনম কাৰণ মাথোঁ এটাই ভাল লাগে তোমাক। ভাল লাগে তোমাক মন উৰি যায় তোমালৈ, অভিমানে সাজি দিয়া সোণালী সপোনলৈ।। ভাল লাগে তোমাক মন উৰি যায় তোমালৈ, অভিমানে সাজি দিয়া সোণালী সপোনলৈ।। জীৱনৰ প্ৰতি পল আজিও তুমি তুমি, তোমাৰ অবিহনে ই যেন নিজান মৰুভূমি।। জীৱনৰ প্ৰতি পল আজিও তুমি তুমি, তোমাৰ অবিহনে ই যেন নিজান মৰুভূমি।। ভাল লাগে তোমাক মন উৰি যায় তোমালৈ, অভিমানে সাজি দিয়া সোণালী সপোনলৈ।। Music.............. মোৰ হৃদয়ৰ বাগিছাৰ তেজৰঙা গোলাপ তুমি দুখৰ মাজতো হাঁহিৰ উৎস তুমি সচাকৈ সুধিছো- হ’বানে মোৰ মৰহা জীৱনৰ প্ৰেমগভীৰ জলৰাশি। তুমিয়েই যেন মোৰ আজি জীৱনৰ ৰঙীন আশা চকুত চকু মিলি নিগৰে শব্দবিহীন ভাষা।। তুমিয়েই যেন মোৰ আজি জীৱনৰ ৰঙীন আশা চকুত চকু মিলি নিগৰে শব্দবিহীন ভাষা।। সপোনত আজিও ভাঁহি উঠা তুমিয়েই স্পন্দন দেহা। বসন্তৰ দৰে মিঠা পৰশ মোৰ বাবে তুমি প্ৰিয়া।। ভাল লাগে তোমাক মন উৰি যায় তোমালৈ, অভিমানে সাজি দিয়া সোণালী সপোনলৈ।। ভাল লাগে তোমাক ভাল লাগে তোমাক ভাল লাগে তোমাক ভাল লাগে তোমাক
×