Xaturongi Puhore
Similar songs
Xopun (Remix)
Abhilash Borpuzari,Rishi Hazarika03:16
Bekhere Kanino
Ramesh Rava04:22
Unmona
Pratim,Himanshu Saikia03:44
Janone Toi
Nilutpal Xobdo,Runti Prasanta03:19
Opekhya
Swarnali Das01:37
04:58
Tumi Murei
Tusar,Tamanna Hazarika04:18
Mukholoi Sale Kiya
Vinod Rathor05:29
Similar Songs
Xopun (Remix)
Abhilash Borpuzari,Rishi Hazarika
Bekhere Kanino
Ramesh Rava
Unmona
Pratim,Himanshu Saikia
Janone Toi
Nilutpal Xobdo,Runti Prasanta
Opekhya
Swarnali Das
Junak
Tinkumaina,Junmoni Narah
Tumi Murei
Tusar,Tamanna Hazarika
Mukholoi Sale Kiya
Vinod Rathor
About song
Genre :EDM
346 Plays
Copyright © NA
Lyrics
"কি সপোনে আহি
সানিলেহি ঢৌ
আবেগৰে নৈ
যাব খোজে বৈ
তোমালৈ
মৌনতাই আজি
আগুৰিলে মোক
বাৰে বাৰে গৈ
আজি থমকি ৰৈ
তোমালৈ
সমীৰেও আহিলে পাখি মেলি
দুৰণিতে থাকিও কাষত তুমি
বিচাৰোঁ সীমনা ভেদি
আকাশেও কলে আহি আজি
তোমাকে লৈ ৰামধেনু আঁকি
হৃদয়ৰ দোমোজা ভাঙি
সাতুৰঙী পোহৰে
কিনো সুবাস বিলালে
বুজিও তুমি নুবুজানে
আলসুৱা মৰমে
কিনো কয় অজানিতে
বুজিও তুমি নুবুজানে
আহিবানে তুমি মোৰ কাষৰলে
তোমাতেই মৰমবোৰ বিলাবলে
অচিনা বতাহে মায়া আনে
দুবাহুৰ মাজতে জিৰাবলে
যদি তুমি বুজি নো চোৱা
লাহে লাহে খুলিনো কোৱা
মৰমৰ সূতিতে বোৱানা"