app logo app logo Album Artist Genre Top Charts
Want the best yet!
Get the most in Baahi App

×
Share
Xitol Rojoni, Listen the song  Xitol Rojoni, Play the song  Xitol Rojoni, Download the song  Xitol Rojoni

Xitol Rojoni


Xitol Rojoni, Listen the song  Xitol Rojoni, Play the song  Xitol Rojoni, Download the song  Xitol Rojoni

Xitol Rojoni

About
Artist :Anju Panchi
Genre :Chill
2.81K Plays
♫ Composition: Bedobrata Gogoi, Nabajit Baruah ♫ Lyrics: Mondeep Boruah ♫ Music: Gourisnkr ♫ Mix-Master: Mukti Muhurta Hazarika
Copyright © Anju Panchi

Lyrics
শীতল ৰজনী মোৰ ধুনীয়া এই প্ৰকৃতি সঁচাই নিজু ৰজনী আন্ধাৰে ঢাকিলে সোনালী নৈ খন পোহৰতে জিলিকা সপোন হেৰুৱা এই ক্ষণবোৰ আজি সোৱৰণি হল কালি জোন মোৰ আপোন আজি দূৰণি সৰাপাত শেৱালি শুৱনি নিলীমাই বিয়পাই দি ধোৱে জোনালী বনৰীয়া বনত ধেমেলীয়া হাঁহি তাৰে মাজতে লৰালি উশাহৰ উমতে বিচাৰো সুবাস হেপাহে মেলে পোহাৰ বিচাৰি সোনালী বোৰ ভাগৰুৱা মই শুব দিয়ানা কোলাত জোনাক হাঁহে বেথা মোৰ সামৰি যদিও ধূসৰিত এই অতীত সৰাপাত শেৱালি শুৱনি নিলীমাই বিয়পাই দি ধোৱে জোনালী বনৰীয়া বনত ধেমেলীয়া হাঁহি তাৰে মাজতে লৰালি
×