Xitol Rojoni
Similar songs
O Seni
Diganta Dikhit03:49
Jogot Guru
Achurjya Borpatra07:16
Sikuti Bakuti
Akash Pritom,Jahnabi04:03
Torali-Duet
Achurjya Borpatra02:26
Ramdhenu
Jabed Akhtar04:12
Chah Gosor Arot Lukai
Sajan Nayak02:22
Phul Phulile Ki Hobo
Montumoni Saikia05:03
Tur Fale Jumi Sang
Akash Riyen03:20
Similar Songs
O Seni
Diganta Dikhit
Jogot Guru
Achurjya Borpatra
Sikuti Bakuti
Akash Pritom,Jahnabi
Torali-Duet
Achurjya Borpatra
Ramdhenu
Jabed Akhtar
Chah Gosor Arot Lukai
Sajan Nayak
Phul Phulile Ki Hobo
Montumoni Saikia
Tur Fale Jumi Sang
Akash Riyen
About song
Genre :Chill
4665 Plays
♫ Composition: Bedobrata Gogoi, Nabajit Baruah
♫ Lyrics: Mondeep Boruah
♫ Music: Gourisnkr
♫ Mix-Master: Mukti Muhurta Hazarika
Copyright © Anju Panchi
Lyrics
শীতল ৰজনী মোৰ
ধুনীয়া এই প্ৰকৃতি
সঁচাই নিজু ৰজনী
আন্ধাৰে ঢাকিলে
সোনালী নৈ খন
পোহৰতে জিলিকা সপোন
হেৰুৱা এই ক্ষণবোৰ
আজি সোৱৰণি হল
কালি জোন মোৰ আপোন
আজি দূৰণি
সৰাপাত শেৱালি
শুৱনি নিলীমাই
বিয়পাই দি ধোৱে জোনালী
বনৰীয়া বনত
ধেমেলীয়া হাঁহি
তাৰে মাজতে লৰালি
উশাহৰ উমতে
বিচাৰো সুবাস
হেপাহে মেলে পোহাৰ
বিচাৰি সোনালী বোৰ
ভাগৰুৱা মই
শুব দিয়ানা কোলাত
জোনাক হাঁহে
বেথা মোৰ সামৰি
যদিও ধূসৰিত এই অতীত
সৰাপাত শেৱালি
শুৱনি নিলীমাই
বিয়পাই দি ধোৱে জোনালী
বনৰীয়া বনত
ধেমেলীয়া হাঁহি
তাৰে মাজতে লৰালি