app logo app logo Album Artist Genre Top Charts
Want the best yet!
Get the most in Baahi App

×
Share
Xopunor Kareng, Listen the song  Xopunor Kareng, Play the song  Xopunor Kareng, Download the song  Xopunor Kareng

Xopunor Kareng


Xopunor Kareng, Listen the song  Xopunor Kareng, Play the song  Xopunor Kareng, Download the song  Xopunor Kareng

Xopunor Kareng

About
Artist :Bitopan Bora,Silpi Sikha Deka
Album: Xopunor Kareng
Genre :Bihu
192 Plays
Copyright © RedWood Records

Lyrics

চিৰিলি চিৰিলি পাত অ'' মৰমী 

চিৰিলি চিৰিলি পাত 

আঘোণৰ পথাৰত নাযাবা মৰমী 

কাটিব কোমলকৈ হাত 

অ'' গাঁৱৰ অালি কেঁচা বাট

পিছলি পৰিলে তাত 

গাঁৱৰ আলি কেঁচা বাট 

পিছলি পৰিলে তাত 

ধৰিবা খামুচি মোৰে হাত 

অ'' মৰমী অ'' 

ধৰিবা খামুচি মোৰে হাত

 

 

ৰাখিলো তোমাকে কলিজাৰ মাজতে 

এবুকু মৰমেৰে 

আশাও ভৰসা তুমিয়েই জানানে

ৰাখিবা তোমাৰ কাষতে 

অ'' অভিমান কৰিলে 

উচুপি উঠিলে

অভিমান কৰিলে 

উচুপি উঠিলে 

ধৰিবা সাৱটি বুকুতে অ মোৰে দেহা অ''

ধৰিবা সাৱটি বুকুতে...|| 

 

 

সপোনৰ কাৰেঙত সাজিলো এখন ঘৰ 

অ'' তোমাক মৰমেৰে উমলাম

সৰগৰ পাৰিজাত তুমিয়েই ফুলালা 

অ'' তোমাক মৰমেৰে উপচাম 

অ''যোৱা যদি পাহৰি আজি দিয়া মৰমক 

যোৱা যদি পাহৰি আজি দিয়া মৰমক 

নোৱাৰিম থাকিব জীয়াই অ'' মৰমী অ''.. 

নোৱাৰিম থাকিব জীয়াই 

 

 

যুৰীয়া শালিকী দেখিলে পুৱাতে 

ভাৱো মাথোঁ তোমাকে

কেঁচাকৈ যৌৱন মই তোমাকে সপিলো 

নিবাহি দৰাৰ সাঁজেৰে

অ'' কিয় কোৱা তেনেকৈ 

হিয়া ভাগি যোৱাকৈ 

কিয় কোৱা তেনেকৈ 

হিয়া ভাগি যোৱাকৈ 

সাতো জনম তোমাৰেনো হৈ 

থাকিমে দেহা অ''..সাতো জনম তোমাৰেনো হৈ 

সাতো জনম তোমাৰেনো হৈ 

থাকিমে দেহা অ'' 

সাতো জনম তোমাৰেনো হৈ 

সাতো জনম তোমাৰেনো হৈ ||

×