Baahi by xomoy
Color beam

Rename playlist

Xur Tumi, Listen the songs of  Xur Tumi, Play the songs of Xur Tumi, Download the songs of Xur Tumi

Xur Tumi

Similar Songs

About song

Artists :Deba Geetz
Album: Xur Tumi
Genre :Pop
166 Plays
Music Director: Enthrone
Tune: Deba Geetz
Lyricist: Mrinmay Kaushik
Composition: Deba Geetz
Copyright © Shine Records

Lyrics

অভিমানি তুমি হোৱা
উশাহতে সাচি ৰখা
নয়নেৰে নীলিম হিয়া
ভাৱনাৰে ভৰাল হোৱা

তুমি জানা তুমি জ্যোতি মালিতা
আঙুলি বোল বোৰ পাজিসেৰিয়া
প্ৰজাপতি ৰদালি ৰহনীয়া
তুমি তুমি সুৰ হোৱা

তুমি সুৱাস
সুৰে সুৰে
মন নতুন সমীৰৰে

তুমি আভাস
পোহৰৰে
মোৰ আপোন সূৰুযৰে

তুমি জানা তুমি জ্যোতি মালিতা
আঙুলি বোল বোৰ পাজিসেৰিয়া
প্ৰজাপতি ৰদালি ৰহনীয়া
তুমি তুমি সুৰ হোৱা

Sign in

Install Baahi app to download song

Install Baahi app to download song