Artist :Deba Geetz
Album: Xur Tumi
Genre :Pop
111 Plays
Music Director: Enthrone
Tune: Deba Geetz
Lyricist: Mrinmay Kaushik
Composition: Deba Geetz
Copyright © Shine Records
Lyrics
অভিমানি তুমি হোৱা
উশাহতে সাচি ৰখা
নয়নেৰে নীলিম হিয়া
ভাৱনাৰে ভৰাল হোৱা
তুমি জানা তুমি জ্যোতি মালিতা
আঙুলি বোল বোৰ পাজিসেৰিয়া
প্ৰজাপতি ৰদালি ৰহনীয়া
তুমি তুমি সুৰ হোৱা
তুমি সুৱাস
সুৰে সুৰে
মন নতুন সমীৰৰে
তুমি আভাস
পোহৰৰে
মোৰ আপোন সূৰুযৰে
তুমি জানা তুমি জ্যোতি মালিতা
আঙুলি বোল বোৰ পাজিসেৰিয়া
প্ৰজাপতি ৰদালি ৰহনীয়া
তুমি তুমি সুৰ হোৱা