Artist :Subasana Dutta
Genre :Romantic
20.09K Plays
Copyright © Prag Music
Lyricsআপুনি আহিব
উশাহো বাঢ়িব
অচিনা অনুভুতিয়ে বুকুতে নামিবকাষলে নাহিব
জীয়াই মাৰিব
দুচকুৰে দুয়োকাষে চকুলো সৰিবপ্ৰনয়ৰে ৰং
কপালত আঁকি
ৰাখিবনে মৰমে বুকুতে সাৱতিঅভিমানো বাঢ়িব আজি
কাষৰতে ৰ'লে আপুনি
এই অভিনয় মৰম কিজানিঅভিমানো বাঢ়িব আজি
কাষৰতে ৰ'লে আপুনি
এই অভিনয় মৰম কিজানি
মোৰ অনুৰাগ মাথোঁ আপুনি
ভালপোৱা লাহে লাহে বাঢ়ি আহে
আধৰুৱা এটি এটি ভাৱনাতেথৈ দিয়া বহুকথা হেঁপাহতে
ক'ম হিয়া খুলি আজি আপোনাকেহায়......
দেৰিকৈ নাহিব
আমনি কৰিব
বুকুখনে
ঘনে ঘনেপ্ৰনয়ৰে ৰং
কপালত আঁকি
ৰাখিবনে মৰমে বুকুতে সাৱতিঅভিমানো বাঢ়িব আজি
কাষৰতে ৰ'লে আপুনি
এই অভিনয় মৰম বিচাৰিঅভিমানো বাঢ়িব আজি
কাষৰতে ৰ'লে আপুনি
এই অভিনয় মৰম বিচাৰি
মোৰ অনুৰাগ মাথোঁ আপুনি

Xubhokamona

Gwswa Manwdi

Xorote Xorote

Ehejar Xapon

Hey Prabhu Krishnaguru
