app logo app logo Album Artist Genre Top Charts
Want the best yet!
Get the most in Baahi App

×
Share
Kasijun, Listen the song  Kasijun, Play the song  Kasijun, Download the song  Kasijun

Kasijun


Kasijun, Listen the song  Kasijun, Play the song  Kasijun, Download the song  Kasijun

Kasijun

About
Artist :Akash Pritom,Minakshi Madhupriya
Genre :Romantic
702 Plays
♫Vocal: AKASH PRITOM,MINAKSHI MADHUPRIYA ♫Lyrics/Tune: AKASH PRITOM.ABINASH PRIYAM ♫Music: AKASH PRITOM ♫Mix & Mastering : BIKRAM CHAWROK ♫Guiter : DISHANKAN DEKA ♫Fulte : ANJAN MEDHI ♫Violin : MANZIL
Copyright © Akash Pritom Production - Swag Music Assam

Lyrics
তোমাৰে ঐ হাঁহিতে দেখো কাঁচিজোন বাৰে বাৰে প্ৰেমতে পৰি থাকোঁ চোন মন যায় জানা চকুত চকু থৈ চাবলে লাহে লাহে ওচৰ চাপি সাৱতি ল'বলে তুমি চাগে জানাই কিমান ভালেপাওঁ তোমাৰে দুচকুত নিজকে দেখা পাওঁ এ হয় হয় তোমাৰ নামত পগলা হ'লো এ হয় মই তোমাকে বাছি বাছি ল'লো অ' প্ৰেমৰে দৰিকা বুকুতে আছে যে বৈ মোৰ কেঁচা কলিজাখন তুমি কাঢ়ি নিলা ঐ তোমাৰ মিঠা হাঁহিতে উজুটি খালোঁ যে মই মোৰ বলিয়া যৌৱনক খামুচি ধৰিলা ঐ মন যায় জানা চকুত চকু থৈ চাবলে লাহে লাহে ওচৰচাপি সাৱতি ল'বলে তুমি চাগে জানাই কিমান ভালেপাওঁ তোমাৰে দুচকুত নিজকে দেখা পাওঁ এ হয় হয় তোমাৰ নামত পগলা হ'লো এ হয় মই তোমাকে বাছি বাছি ল'লো তুমি চালে দুচকুলে নাজানো কি হৈ যায় একোতে মন নবহে নাজানো কিহে পাই আধৰোৱা কলিজাখন দিবানে আহি পুৰায় তোমাৰ পৰা নিদিবা মোকেনো আঁতৰাই মন যায় জানা চকুত চকু থৈ চাবলে লাহে লাহে ওচৰচাপি সাৱতি ল'বলে তুমি চাগে জানাই কিমান ভালেপাওঁ তোমাৰে দুচকুত নিজকে দেখা পাওঁ এ হয় হয় তোমাৰ নামত পগলা হ'লো এ হয় মই তোমাকে বাছি বাছি ল'লো
×