Kio Mon Beya Hoise (outro)
Similar songs
Struggle
Rigved02:51
Back Again
JUNNUN03:05
Anjali
Miniswrang Brahma03:58
Ami Axomia
Chinmoy New Breed03:27
Bwisagu Bwthwra
Alisha Narzary,Miniswrang Brahma03:03
Kahini
Babumoni Nath,Khati 90s01:59
Deleted 6
X ~ KETCH02:21
Xopun
Yu9g Nicky02:54
Kamere Anibi Bhagyo
AMY BURAGOHAIN02:15
Ramdhenu
Kolom Bhaari,Kallol Roy02:48
Similar Songs
Struggle
Rigved
Back Again
JUNNUN
Anjali
Miniswrang Brahma
Ami Axomia
Chinmoy New Breed
Bwisagu Bwthwra
Alisha Narzary,Miniswrang Brahma
Kahini
Babumoni Nath,Khati 90s
Deleted 6
X ~ KETCH
Xopun
Yu9g Nicky
Kamere Anibi Bhagyo
AMY BURAGOHAIN
Ramdhenu
Kolom Bhaari,Kallol Roy
About song
Album: Upohar
Genre :Hip Hop
3 Plays
Music: Dianasty.
Tune: D VIBE$
Lyricist: Debashis Das
Composition: Debashis Das
Copyright © Mogno 4ever Records
Lyrics
Yeah, yeah
কিনো হল (কিনো হল)
Dianasty
কিনো হল যে তোমাৰেই
কিয় মন বেয়া হৈছে
কিনো হল যে তোমাৰেই
কিয় মন বেয়া হৈছে
কিহে আমনি কৰিছে
কিহে কষ্ট দিছে তোমাক
কোৱা মোক তুমি এবাৰ
সাহস দিম মই তোমাকেই
তোমাৰ মাত শুনিবলে
Call মই কৰিছিলোঁ
তোমাৰ মন কিয় বেয়া
জানিব বিচাৰিছোঁ
মনত কৰিছোঁ তোমাকে
তুমি কিয়যে দুৰতে
মনত কৰিছোঁ তোমাকে
তুমি কিয়যে দুৰতে
এতিয়া মই ভাবনতে
বিলীন হৈ নিশাতে
ভাবিছোঁ কিনো কৰিলোঁ
বহু ভয় মোৰ লাগিছে, লাগিছে
মই মাথোঁ চাব বিচাৰোঁ
হাঁহি তোমাৰ মুখতে
মই মাথোঁ চাব বিচাৰোঁ
হাঁহি তোমাৰ মুখতে
তোমাৰ মুখতে
তোমাৰ মুখতে
তোমাৰ মুখতে
তোমাৰ মুখতে