app logo app logo Album Artist Genre Top Charts
Want the best yet!
Get the most in Baahi App

×
Share
Lahori, Listen the song  Lahori, Play the song  Lahori, Download the song  Lahori

Lahori


Lahori, Listen the song  Lahori, Play the song  Lahori, Download the song  Lahori

Lahori

About
Artist :Amar Sivam,DRIMONZ,Chandamita Das,Gauranga Rajj
Genre :Romantic
7.51K Plays
♫ Song : Lahori ♫ Singer : Amar Sivam ♫ Featuring : Chandamita Das ♫ Lyrics & Composition : Amar Sivam & DRiMONZ ♫ Music Producer : DRiMONZ ♫ Mix & Master : Amar Sivam ♫ Flute : Gauranga Rajj
Copyright © Amar Sivam

Lyrics
এধানি মৰম বুকুত লৈ আহিছোঁ জানা তোমালৈ লিখিছোঁ প্ৰেমৰ কবিতা মই হবা নে তুমি মোৰে ঐ অজানিতে মনে মনে তোমাক পোৱাৰ হেপাহেৰে অভিমানী সপোনে মোৰ উলাহতে উৰা মাৰে ওঁঠতে হাঁহি তোমাৰ লাজুকী চাওঁনি কিনো মায়া সানিলা মন হৰিলা তুমি ৰঙা দুগালত প্ৰেমৰ ৰঙ সানি সপোনে দিঠকে তুমি মোৰ লাহৰী তুমি জানা সঁচাকৈ জনমে জনমলে ঐ থাকিবানে কাষতে ৰৈ মৰম দুবাহতে লৈ হম হ হ হম… তুমি মোৰ হোৱানা হম হ হ হম… সাৱটি লোৱানা হম হ হ হম… তুমি মোৰ হোৱানা হম হ হ হম… এবাৰ কোৱানা Music… এখনি মোৰে হিয়া তোমাতে বলীয়া কব খোজো তোমাকে মোৰ মনৰে কথা বিচাৰি ঠিকনা তোমাৰ ভালপোৱা ৰাখিমে তোমাকে মোৰে বুকুতে জানা তুমি জানা তুমি জানা তুমি জোনাকী নিশা বুকুভৰা এই মৰম তুমি লোৱানা প্ৰেমৰে চিয়াঁহীৰে আঁকোঁ তোমাকে জানা থমকি মই ৰলোঁ তোমাতেই এতিয়া তুমি জানা সঁচাকৈ জনমে জনমলে ঐ থাকিবানে কাষতে ৰৈ মৰম দুবাহতে লৈ হম হ হ হম… তুমি মোৰ হোৱানা হম হ হ হম… সাৱটি লোৱানা হম হ হ হম… তুমি মোৰ হোৱানা হম হ হ হম… এবাৰ কোৱানা ।।
×