Lahori
Similar songs
O Piyaa
Nabasmita Medhi04:15
Sokuwe Sokuwe Kuwa
Binod Bharadwaj05:24
Aaghoon
Mamu Bordoloi04:18
Sodiya Dhoburi
Likhak Tun Saikia03:27
It's My Life
Namrata Priyam03:48
Modhubon
Baishalee Modi03:58
Pubore Beliti
Minakshi Kalita4:13
Sifung Bahi
Pompi Pallavi4:00
Xopunor Rani
Rahul Garg04:00
Dhipis Dhipis
Moromi Nath04:08
Similar Songs
O Piyaa
Nabasmita Medhi
Sokuwe Sokuwe Kuwa
Binod Bharadwaj
Aaghoon
Mamu Bordoloi
Sodiya Dhoburi
Likhak Tun Saikia
It's My Life
Namrata Priyam
Modhubon
Baishalee Modi
Pubore Beliti
Minakshi Kalita
Sifung Bahi
Pompi Pallavi
Xopunor Rani
Rahul Garg
Dhipis Dhipis
Moromi Nath
About song
Genre :Romantic
32236 Plays
♫ Song : Lahori
♫ Singer : Amar Sivam
♫ Featuring : Chandamita Das
♫ Lyrics & Composition : Amar Sivam & DRiMONZ
♫ Music Producer : DRiMONZ
♫ Mix & Master : Amar Sivam
♫ Flute : Gauranga Rajj
Copyright © Amar Sivam
Lyrics
এধানি মৰম বুকুত লৈ
আহিছোঁ জানা তোমালৈ
লিখিছোঁ প্ৰেমৰ কবিতা মই
হবা নে তুমি মোৰে ঐ
অজানিতে মনে মনে
তোমাক পোৱাৰ হেপাহেৰে
অভিমানী সপোনে মোৰ
উলাহতে উৰা মাৰে
ওঁঠতে হাঁহি তোমাৰ লাজুকী চাওঁনি
কিনো মায়া সানিলা মন হৰিলা তুমি
ৰঙা দুগালত প্ৰেমৰ ৰঙ সানি
সপোনে দিঠকে তুমি মোৰ লাহৰী
তুমি জানা সঁচাকৈ জনমে জনমলে ঐ
থাকিবানে কাষতে ৰৈ মৰম দুবাহতে লৈ
হম হ হ হম…
তুমি মোৰ হোৱানা
হম হ হ হম…
সাৱটি লোৱানা
হম হ হ হম…
তুমি মোৰ হোৱানা
হম হ হ হম…
এবাৰ কোৱানা
Music…
এখনি মোৰে হিয়া তোমাতে বলীয়া
কব খোজো তোমাকে মোৰ মনৰে কথা
বিচাৰি ঠিকনা তোমাৰ ভালপোৱা
ৰাখিমে তোমাকে মোৰে বুকুতে জানা
তুমি জানা তুমি জানা তুমি জোনাকী নিশা
বুকুভৰা এই মৰম তুমি লোৱানা
প্ৰেমৰে চিয়াঁহীৰে আঁকোঁ তোমাকে জানা
থমকি মই ৰলোঁ তোমাতেই এতিয়া
তুমি জানা সঁচাকৈ জনমে জনমলে ঐ
থাকিবানে কাষতে ৰৈ মৰম দুবাহতে লৈ
হম হ হ হম…
তুমি মোৰ হোৱানা
হম হ হ হম…
সাৱটি লোৱানা
হম হ হ হম…
তুমি মোৰ হোৱানা
হম হ হ হম…
এবাৰ কোৱানা ।।