app logo app logo Album Artist Genre Top Charts
Want the best yet!
Get the most in Baahi App

×
Share
Motoliya Mon (Remix Version), Listen the song  Motoliya Mon (Remix Version), Play the song  Motoliya Mon (Remix Version), Download the song  Motoliya Mon (Remix Version)

Motoliya Mon (Remix Version)


Motoliya Mon (Remix Version), Listen the song  Motoliya Mon (Remix Version), Play the song  Motoliya Mon (Remix Version), Download the song  Motoliya Mon (Remix Version)

Motoliya Mon (Remix Version)

About
Artist :Amar Sivam,Pallab Borax,Mousumi Ojha
Genre :EDM
206 Plays
Music (Remix) : Pallab Borax Singer & Composer : Amar Sivam Lyricist: Mousumi Ojha
Copyright © DREAM STUDIOS

Lyrics
ফাগুনৰে এই পছোৱাতে বাউলি হৈ বুকুৱে উলাহত নাচে বাগি হালি-জালি ফাগুনৰে এই পছোৱাতে বাউলি হৈ বুকুৱে উলাহত নাচে হালি-জালি মতলীয়া মনে যেন বিচাৰে সুবাস পলাশৰে হেঙুলীয়া বেলিৰ ৰহণ সানি দিয়ে দুগালতে মতলীয়া মনে যেন বিচাৰে সুবাস পলাশৰে Music... পলাশৰ ৰঙেৰে সেন্দুৰী ৰং বলোৱাহি তোমাৰ ৰঙতে ৰাঙলী ধৰা সাজি-কাচি মতলীয়া মনে যেন বিচাৰে সুবাস পলাশৰে হেঙুলীয়া বেলিৰ ৰহণ সানি দিয়ে দুগালতে মতলীয়া মনে যেন বিচাৰে সুবাস পলাশৰে Humming... উতলা মন হেঙুলী পোহৰ চুমাৰ পৰশতে উন্মনা হৈ মনৰে পখীটি উৰি যায় দূৰণিলে জীৱনে বিচাৰে ধৰাৰে বুকুতে জিৰাবলে লৈ সুবাস অনন্য সৃষ্টিৰে নীলা আকাশখনি চুমিব খোজোঁ অস্ত বেলিটিক সাবটি ধৰো ক্লান্ত জীৱনৰে নদী বৈ যায়।
×