Baahi by xomoy
Color beam

Rename playlist

Motoliya Mon, Listen the songs of  Motoliya Mon, Play the songs of Motoliya Mon, Download the songs of Motoliya Mon

Motoliya Mon

Similar Songs

About song

Artists :Amar Sivam,KLANZ,Mousumi Ojha
Genre :EDM
1714 Plays
Music: KLANZ
Composition: Amar Sivam
Lyricist: Mousumi Ojha
Copyright © Amar Sivam

Lyrics

ফাগুনৰে এই পছোৱাতে বাউলি হৈ
বুকুৱে উলাহত নাচে বাগি হালি-জালি
ফাগুনৰে এই পছোৱাতে বাউলি হৈ
বুকুৱে উলাহত নাচে হালি-জালি
মতলীয়া মনে যেন বিচাৰে সুবাস পলাশৰে
হেঙুলীয়া বেলিৰ ৰহণ সানি দিয়ে দুগালতে
মতলীয়া মনে যেন বিচাৰে সুবাস পলাশৰে

Music...

পলাশৰ ৰঙেৰে সেন্দুৰী ৰং বলোৱাহি
তোমাৰ ৰঙতে ৰাঙলী ধৰা সাজি-কাচি
মতলীয়া মনে যেন বিচাৰে সুবাস পলাশৰে
হেঙুলীয়া বেলিৰ ৰহণ সানি দিয়ে দুগালতে
মতলীয়া মনে যেন বিচাৰে সুবাস পলাশৰে

Humming...

উতলা মন হেঙুলী পোহৰ চুমাৰ পৰশতে
উন্মনা হৈ মনৰে পখীটি উৰি যায় দূৰণিলে
জীৱনে বিচাৰে ধৰাৰে বুকুতে
জিৰাবলে লৈ সুবাস অনন্য সৃষ্টিৰে
নীলা আকাশখনি চুমিব খোজোঁ
অস্ত বেলিটিক সাবটি ধৰো
ক্লান্ত জীৱনৰে নদী বৈ যায়।

Sign in

Install Baahi app to download song

Install Baahi app to download song