Nirupana
Similar songs
Morom Namor Apahi Phoolar
Juganta Gogoi06:43
Tawmang Aina
Aavipankaj,Udishma Taid04:31
Bogi Bogi Suwali (Luckymoni 2021)
Siromoni Gogoi,Sangeeta Dutta04:27
Tumi Jun Tumi Xun
Parag Pritam04:27
Dhumguru
Kasturi Deka4:34
Aai Oi Dehi
Pol Pathori03:37
Mur Hiyar Phulonit
Jitul Jumon03:45
Bogi Bogi Suwali Luckymoni 2021
Siromoni Gogoi,Sangeeta Dutta04:33
Lang Fang
Deeplina Deka,Nilim Jyoti03:34
Morom Namor Apahi Phoolor
Juganta Gogoi06:43
Similar Songs
Morom Namor Apahi Phoolar
Juganta Gogoi
Tawmang Aina
Aavipankaj,Udishma Taid
Bogi Bogi Suwali (Luckymoni 2021)
Siromoni Gogoi,Sangeeta Dutta
Tumi Jun Tumi Xun
Parag Pritam
Dhumguru
Kasturi Deka
Aai Oi Dehi
Pol Pathori
Mur Hiyar Phulonit
Jitul Jumon
Bogi Bogi Suwali Luckymoni 2021
Siromoni Gogoi,Sangeeta Dutta
Lang Fang
Deeplina Deka,Nilim Jyoti
Morom Namor Apahi Phoolor
Juganta Gogoi
About song
Genre :Modern
2801 Plays
Music: Dipkesh Borgohain
Tune: Apurba Das
Lyricist: Apurba Das
Composition: Mantu Das
Copyright © MD Production
Lyrics
লৰা পাঠ :
নিৰুপমা তুমি সচাই ধুনীয়া
মন আকাশৰ এটি তুমি
আকাশী তৰা
তোমাৰ প্ৰেমত মই
সদায় বলিয়া
দুৰে দুৰে থাকি
আঁতৰি নাযাবা
ছোৱালী পাঠ :
মিঠা মিঠা কিযে
তোমাৰ ভাষা
শুনি থাকোঁ
মই দূৰণিৰ পৰা
লৰা পাঠ :
তোমাৰ মৰম পালে
একুকে নেলাগে
থাকিবা নে তুমি
চিৰদিন কাষতে
নিৰুপমা তুমি সচাই ধুনীয়া
মন আকাশৰ এটি তুমি
আকাশী তৰা
--------অন্তৰা--------
লৰা পাঠ :
কোমল কোমল তোমাৰ
ওঁঠৰ হাঁহি
কাঢ়ি নিলে মোৰ
কলিজাটি
ছোৱালী পাঠ :
তোমাৰ হৃদয়ৰ সাগৰ খনি
নদী হৈ বৈ যাম
মই কিজানি
ৰাখিবা নে সঁচাই
তুমি মোকে
বুকুৰ মাজত
কোনোওঁ নেদেখাকে
লৰা পাঠ :
তোমাৰ মৰমে মোক
বলিয়া কৰিলে
মৰি যাম সঁচাকে
তোমাকে নেপালে
নিৰুপমা তুমি সচাই ধুনীয়া
মন আকাশৰ এটি তুমি
আকাশী তৰা
--------অন্তৰা--------
লৰা পাঠ :
সোণৰ ৰূপৰ গঢ়াম
খাৰু মণি
ৰভাৰ তলিত দেখি
লাগে শুৱনি
ছোৱালী পাঠ :
দুখন সমাজক সাক্ষি ৰাখি
যদি কৈ থৈ যাম
জীৱন সপি
সাজিবানে সচাই
অভিমানে
বুকুৰ মাজত
পজাটি সযতনে
লৰা পাঠ :
তোমাৰ উশাহে মোৰ
মনতে খেলিছে
চিৰদিনৰ তুমি
হলা মোৰ লগৰী
নিৰুপমা তুমি সচাই ধুনীয়া
মন আকাশৰ এটি তুমি
আকাশী তৰা