Baahi by xomoy

Rename playlist

Enter new name

Nishigandha, Listen the songs of  Nishigandha, Play the songs of Nishigandha, Download the songs of Nishigandha

Nishigandha

Copyright © Baahi Originals

Similar Songs

About song

Artists :Zubeen Garg,Sannidhya Bhuyan
Genre :Classical
504605 Plays
Composition - Sannidhya Bhuyan
Music - Aarxslan
Mix & Master - Rajnish Saikia
Lyrics - Rajib Bhuyan
Guitar - Hirak Jyoti Sarma
Copyright © Baahi Originals

Lyrics

নিশিগন্ধা ভাঙে তন্দ্ৰা
মন আকাশৰ মধুচন্দ্ৰা

মনৰে আউঁসী জোনাকে বিনাশী
পোহৰৰে মেলা পাতে
মনৰে পদুলি উদুলি-মুদুলি
মন ভৰে উলাহতে…

মনৰে কতনা গুপুত এষণা পলকতে মিচিকিয়াই
হিয়াৰে যাতনা অলেখ বেদনা নিমিশতে পাহৰাই
মন বিবসনা মূকলি জপনা তোমাৰে সুবাস পাই
হিয়াৰে থাপনা তোমাৰেই কামনা আশাৰে আছো বাট চাই

নিশিগন্ধা ভাঙে তন্দ্ৰা
মন আকাশৰ মধুচন্দ্ৰা

মনৰে আউঁসী জোনাকে বিনাশী
পোহৰৰে মেলা পাতে
মনৰে পদুলি উদুলি-মুদুলি
মন ভৰে উলাহতে…