Kukura Dakote
Jugasman04:06
04:06
04:17
3:48
04:35
3:23
05:00
03:37
05:32
03:43
04:40
সাতঘাটৰ চেঙেলী বুলি তই
জানো জাননে মই
পাছফালৰ দুৱাৰেদি পলুৱাই
নিবি চাগে মোক
তই মোৰে লগৰ সকলোৱে
তোলৈ মেলে মন
তাকে ভাবি মনে মনে
উঠে মোৰে খং
ভয় লাগে মোৰ জান ঐ
ভালপাওঁ বুলি ঘপককৈ, তোক মৰমকণ দিবলৈ
মই থাকোতে জান ঐ
চকু নিদিবি আনলৈ, দিলে মৰিজাম সঁচাকৈ
মোকে কাষত ৰাখিবি তই তোৰে নো হৈ যাম ,
মৰমেৰে সাৱটি তোক চেনেহ চুমা খাম ।
অ মৰম তিনিটি আখৰে
মোৰ মৰম তোৰে নাম লিখিলোঁ
অ মৰম বহুতৰ মাজতে
মোৰ মৰম তোকে বাছি ল''লো
মোৰে লগৰ সকলোৱে তোলৈ মেলে মন
তাকে ভাবি মনে মনে উঠে মোৰে খং