Thoronga Abhiman
Similar songs
Boroxa
Prerona Kashyap04:39
Junak Nixa
Upasana Das03:22
O Jaana
Zubeen Garg6:22
Bimang
Sourav Raag04:53
Bukute Boi
Niyor Bikash05:05
The Wait
Kaustabh Saikia04:00
Bohemian
Subasana Dutta,Nilim Jyoti04:39
Moi Tuk Bhal Pau
Vagawath Darshan03:45
UPOROR MAAL
Amarjeet Kashyap04:02
Adhalikha Mur Jiboni
Ruman Dutta04:34
Similar Songs
Boroxa
Prerona Kashyap
Junak Nixa
Upasana Das
O Jaana
Zubeen Garg
Bimang
Sourav Raag
Bukute Boi
Niyor Bikash
The Wait
Kaustabh Saikia
Bohemian
Subasana Dutta,Nilim Jyoti
Moi Tuk Bhal Pau
Vagawath Darshan
UPOROR MAAL
Amarjeet Kashyap
Adhalikha Mur Jiboni
Ruman Dutta
About song
Album: Thoronga Abhiman
0 Plays
Artists: Barsha Borah, Jyotipall, Chaitanya Medhi, Karan Kalita
Composer: Chaitanya Medhi, Karan Kalita
Lyricist: Karan Kalita
Singers: Barsha Borah, Jyotipall, Chaitanya Medhi, Karan Kalita
Producer: GB Production Axom
Director: Chaitanya Medhi
Copyright © GB Production Axom
Lyrics
নাভাবিবা তুমি
মোৰে হিয়াত আহি
আঁতৰি যাম বুলি
মোৰ সপোন ভাঙি
ঠৰঙা অভিমানে আৱৰি ধৰিছে
বুকুৰে মৰমবোৰ
সঘনে বাঢ়িছে
ইশ্বৰকে সাক্ষী কৰা
নাযাও বুলি দূৰলে
নাযাও দে মই দূৰত
তোক টানি আনিম কাষত
তোৰ আভিমানো ভাঙিম
সাবটিম বুকুৰে মাজত
ময়ো থাকিম তোৰেই লগত
নিদিওঁ মৰম আনক
নিজৰ তোকেই কৰিম
প্ৰতিটো জনমত
কেতিয়াবা ভাবো নিজানত অকলে
মনে ভবা কথাবোৰ হ'বনে সচাকে
কেতিয়াবা আকৌ মনে বহু কথা কয়
কিজানি বা আমাৰ সপোন আধৰুৱা হয়
অ মোৰ মইনা
কিয়নো ভাবিছা
নাজানা হ'বলা তোমাৰ কিমান পগলা
কেনেকৈনো বুজাও
মোৰ প্ৰেমৰ ভাষা
বুকু ফালি দেখুৱাব
নোৱাৰোঁ জানা
জোনৰে দেশলৈ এখোজ দুখোজ কৈ
যাম আগুৱাম জীবন বাটলৈ
যাম আগুৱাম জীবন বাটলৈ
