Ahana Tumi
Similar songs
Alto Gari
Ridip Regon,Mallika Saikia04:00
Tumi Mur
Munmi Gogoi,Anil Das05:48
Maa Moi Tur Hom
Sanju,Dev In04:02
Misiki
Ashim Saikia03:53
05:28
Bukure Morom Mur
Simanta Shekhar4:44
Puwoti Nixar Sewali
Amlan Jyoti Saikia04:32
Tumar Kaxole
Rishav02:39
Nokobi I Am A Disco Dancer
Gouranga Raag04:25
Micro Finance 2025
Rupam Kashyap03:39
Similar Songs
Alto Gari
Ridip Regon,Mallika Saikia
Tumi Mur
Munmi Gogoi,Anil Das
Maa Moi Tur Hom
Sanju,Dev In
Misiki
Ashim Saikia
Niyor
Ranamit Sarma,Ayan Purkayastha
Bukure Morom Mur
Simanta Shekhar
Puwoti Nixar Sewali
Amlan Jyoti Saikia
Tumar Kaxole
Rishav
Nokobi I Am A Disco Dancer
Gouranga Raag
Micro Finance 2025
Rupam Kashyap
About song
Genre :Modern
19 Plays
Singer: Mon Akash, Rupam Borah
Lyricist: Sutirtha Madhav
Tune: Mon Akash, Pranab Pitikon
Music: JKRV
Additional Music: ARMETIC, Pranab Pitikon
Vocal Recordist: Pranab Pitikon
Mix & Master: Pranab Pitikon
Copyright © Jyoti Digital Media
Lyrics
তুমি মোৰ বুকুৰ কোণৰে
আলসুৱাকৈ অঁকা এটি মিঠা হাঁহি
চুমি নিয়া হিয়াৰ মাজেৰে
ফাগুনি পলাসৰে এটি ৰঙা পাহি
আৱেগৰে পচোৱাই আহি
কঁপালে প্ৰাণৰে পাপৰি
যৌৱনৰে জোনাক নিশায়ো আহি
মাতিলে প্ৰেমৰ জোনাকী
নিমাত নিশাত লাজে লাজে
কাষলে আহানা তুমি
(Hook - প্ৰেমৰ পখিলা খেদি খেদি
ধীৰে ধীৰে আহানা তুমি
মোৰ পৃথিৱীৰে এটি সুৱাসতে তুমি অভিমানী
তুমি বিয়পিলা মোৰ সিৰে সিৰে সানি শেৱালী
Music
গানে গানে আহি মনে মনে হাঁহি
গোপনে নাছানা তুমি
প্ৰাণে প্ৰাণে আজি ঘনে ঘনে বাজে
প্ৰেমৰে মিঠা সুহুৰি
অধৰৰে এটি উজানতে আহে
মৌন কোমল ৰ'দালী
মনে মনে আহি ঘনে ঘনে হাঁহি
লিখিলা প্ৰেমৰ চিঠি
লাজে লাজে বহি প্ৰাণে প্ৰাণে দিলা সানি প্ৰেমৰ ৰাগিনী
(Hook - প্ৰেমৰ পখিলা খেদি খেদি
ধীৰে ধীৰে আহানা তুমি
মোৰ পৃথিৱীৰে এটি সুৱাসতে তুমি অভিমানী
তুমি বিয়পিলা মোৰ সিৰে সিৰে সানি শেৱালী