Baahi by xomoy
Color beam

Rename playlist

Barixare Batori, Listen the songs of  Barixare Batori, Play the songs of Barixare Batori, Download the songs of Barixare Batori

Barixare Batori

Similar Songs

About song

Artists :Anju Panchi
Genre :EDM
12282 Plays
Lyrics: Anwesha Pachani
Music: Tavreed
Produced by Monuj Boraik
Copyright © Anju Panchi

Lyrics

বাৰিষাৰে বাতৰি
বাটতে পাহৰি,
আকোঁৱালি ল'লো তোমাক
চেনেহী কাজলী।।

হেঁপাহেৰে মোহাৰি
সাবতি ধৰো তোমাক,
সন্ধিয়া নামেহি
সানে কায়াহীন আঘাত |

চিয়াঁহী প্ৰেমৰ সানিলো,
নীলিমাতে বিলীন হৈ জানিলো।

তুমি যে পলাশীৰ কলি,
তুমি যে জোনাকীৰ ছবি,
মিচিকি হাঁহিৰ সাঁথৰো
কাকলী সুৰেৰে আঁকো |

---

ফাগুনৰ চাৱনি
দুহাতেৰে খামুচি,
লিখি থ'লো প্ৰতিদিন তোমাক
দুচকুৰ ৰাঙলী ||

ৰূপালী খোজেৰে
দেখা পাওঁ তোমাক,
হেঁপাহ বিৰিঙি
সাজে মোৰে প্ৰভাত|

সেউজী তোমাৰ সুবাসো,
মলয়াৰ ওঠতেই আবেগ বিচাৰো |

তুমি যে পলাশীৰ কলি,
তুমি যে জোনাকীৰ ছবি,
মিচিকি হাঁহিৰ সাঁথৰো
কাকলী সুৰেৰে আঁকো |

Sign in

Install Baahi app to download song

Install Baahi app to download song