Barixare Batori
Similar songs
Jibon
Pradyut Jumon03:17
Hepah
Sumita Garg03:41
Kobita
Sumit Sagar03:09
Unmadini
Kowshik Deka,Debu05:05
Lajuk Lajuk
Nishita Borah04:52
Bekhere Kanino
Ramesh Rava04:22
Tumi Dur
Bhaskar Opswel05:39
Tumi Ahiba
Himakshee Bora03:10
Xorotor Akaax
Dyou04:18
Hopun Nomale Kune
Dipika Phukan03:41
Similar Songs
Jibon
Pradyut Jumon
Hepah
Sumita Garg
Kobita
Sumit Sagar
Unmadini
Kowshik Deka,Debu
Lajuk Lajuk
Nishita Borah
Bekhere Kanino
Ramesh Rava
Tumi Dur
Bhaskar Opswel
Tumi Ahiba
Himakshee Bora
Xorotor Akaax
Dyou
Hopun Nomale Kune
Dipika Phukan
About song
Genre :EDM
12797 Plays
Lyrics: Anwesha Pachani
Music: Tavreed
Produced by Monuj Boraik
Copyright © Anju Panchi
Lyrics
বাৰিষাৰে বাতৰি
বাটতে পাহৰি,
আকোঁৱালি ল'লো তোমাক
চেনেহী কাজলী।।
হেঁপাহেৰে মোহাৰি
সাবতি ধৰো তোমাক,
সন্ধিয়া নামেহি
সানে কায়াহীন আঘাত |
চিয়াঁহী প্ৰেমৰ সানিলো,
নীলিমাতে বিলীন হৈ জানিলো।
তুমি যে পলাশীৰ কলি,
তুমি যে জোনাকীৰ ছবি,
মিচিকি হাঁহিৰ সাঁথৰো
কাকলী সুৰেৰে আঁকো |
---
ফাগুনৰ চাৱনি
দুহাতেৰে খামুচি,
লিখি থ'লো প্ৰতিদিন তোমাক
দুচকুৰ ৰাঙলী ||
ৰূপালী খোজেৰে
দেখা পাওঁ তোমাক,
হেঁপাহ বিৰিঙি
সাজে মোৰে প্ৰভাত|
সেউজী তোমাৰ সুবাসো,
মলয়াৰ ওঠতেই আবেগ বিচাৰো |
তুমি যে পলাশীৰ কলি,
তুমি যে জোনাকীৰ ছবি,
মিচিকি হাঁহিৰ সাঁথৰো
কাকলী সুৰেৰে আঁকো |