Baahi by xomoy
Color beam

Rename playlist

Bhalpowa Hobo Khoje, Listen the songs of  Bhalpowa Hobo Khoje, Play the songs of Bhalpowa Hobo Khoje, Download the songs of Bhalpowa Hobo Khoje

Bhalpowa Hobo Khoje

Similar Songs

About song

Artists :Subasana Dutta
Album: Xonporuwa
Genre :Modern
47682 Plays
Music Director: Palash Gogoi
Tune: Sameer Shekhar
Lyricist: Sameer Shekhar
Composition: Sameer Shekhar
Mixing & Mastering: Diganta Bordoloi
Copyright © NA

Lyrics

চকুলে চকু যায়
বুকুৱে উমান পায়
বিচাৰো কাষতে
ক'বলেও মন যায়

আশাৰে জোনাক হৈ আহিবানে
বুকুতে বুকু থৈ জিৰাবলে

চকুৱে চকুৱে কথা ক'লে
ভালপোৱা হ'ব খোজে

বুকুৱে বুকুৱে মানি ল'লে
ক'ব লগা জানো থাকে

চকুৱে চকুৱে কথা ক'লে
ভালপোৱা হ'ব খোজে

বুকুৱে বুকুৱে মানি ল'লে
ক'ব লগা জানো থাকে


অন্তৰা:

অ'...
বাঢ়িলে বাঢ়ি যাব দিয়া
নুবুজা নুবুজা ভাৱনা
বুকুতে গুপুতে থাকিব দিয়া

উমি উমি জ্বলিব হিয়া
মৰমো গলিব তেতিয়া
জানিবা বুজিবা মোকো তেতিয়া

অ'...
লাহে লাহে আদৰি ল'বা
হেৰুৱা বুকুৰে ঠিকনা

আশাৰে জোনাক হৈ আহিবানে
বুকুতে বুকু থৈ জিৰাবলে

চকুৱে চকুৱে কথা ক'লে
ভালপোৱা হ'ব খোজে

বুকুৱে বুকুৱে মানি ল'লে
থাকিবানে কাষৰতে

চকুৱে চকুৱে কথা ক'লে
ভালপোৱা হ'ব খোজে

বুকুৱে বুকুৱে মানি ল'লে
থাকিবানে কাষৰতে

Sign in

Install Baahi app to download song

Install Baahi app to download song