app logo app logo Album Artist Genre Top Charts
Want the best yet!
Get the most in Baahi App

×
Share
Bhalpowa Hobo Khoje, Listen the song  Bhalpowa Hobo Khoje, Play the song  Bhalpowa Hobo Khoje, Download the song  Bhalpowa Hobo Khoje

Bhalpowa Hobo Khoje


Bhalpowa Hobo Khoje, Listen the song  Bhalpowa Hobo Khoje, Play the song  Bhalpowa Hobo Khoje, Download the song  Bhalpowa Hobo Khoje

Bhalpowa Hobo Khoje

About
Artist :Subasana Dutta
Album: Xonporuwa
Genre :Modern
27.09K Plays
Music Director: Palash Gogoi Tune: Sameer Shekhar Lyricist: Sameer Shekhar Composition: Sameer Shekhar Mixing & Mastering: Diganta Bordoloi
Copyright © NA

Lyrics
চকুলে চকু যায় বুকুৱে উমান পায় বিচাৰো কাষতে ক'বলেও মন যায় আশাৰে জোনাক হৈ আহিবানে বুকুতে বুকু থৈ জিৰাবলে চকুৱে চকুৱে কথা ক'লে ভালপোৱা হ'ব খোজে বুকুৱে বুকুৱে মানি ল'লে ক'ব লগা জানো থাকে চকুৱে চকুৱে কথা ক'লে ভালপোৱা হ'ব খোজে বুকুৱে বুকুৱে মানি ল'লে ক'ব লগা জানো থাকে অন্তৰা: অ'... বাঢ়িলে বাঢ়ি যাব দিয়া নুবুজা নুবুজা ভাৱনা বুকুতে গুপুতে থাকিব দিয়া উমি উমি জ্বলিব হিয়া মৰমো গলিব তেতিয়া জানিবা বুজিবা মোকো তেতিয়া অ'... লাহে লাহে আদৰি ল'বা হেৰুৱা বুকুৰে ঠিকনা আশাৰে জোনাক হৈ আহিবানে বুকুতে বুকু থৈ জিৰাবলে চকুৱে চকুৱে কথা ক'লে ভালপোৱা হ'ব খোজে বুকুৱে বুকুৱে মানি ল'লে থাকিবানে কাষৰতে চকুৱে চকুৱে কথা ক'লে ভালপোৱা হ'ব খোজে বুকুৱে বুকুৱে মানি ল'লে থাকিবানে কাষৰতে
×