app logo app logo Album Artist Genre Top Charts
Want the best yet!
Get the most in Baahi App

×
Share
Mur Xopun, Listen the song  Mur Xopun, Play the song  Mur Xopun, Download the song  Mur Xopun

Mur Xopun


Mur Xopun, Listen the song  Mur Xopun, Play the song  Mur Xopun, Download the song  Mur Xopun

Mur Xopun

About
Artist :Amar Sivam,Enine,Dhananjay Ray
Genre :EDM
431 Plays
Music Director: Enine Tune: Amar Sivam Lyricist: Dhananjay Ray Composition: Amar Sivam
Copyright © Amar Sivam

Lyrics
সেমেকা ৰ''দালিত সপোন ৰচোঁ জোনাক বিচাৰি মনৰ হেপাঁহত উৰা মাৰো যে তোমাক সুৱৰি সাগৰৰ নীলা পানী হৈ বৈ যায় সপোনৰ কোলাত মোক এৰি থৈ পশ্চিমৰ মলয়া হিয়াৰ আকুলতা গুচাও জানা মই কেনেকৈ [Music] নিশাৰ আকাশৰ নিৰৱ পৃথিৱী শান্তিৰ নগৰীত প্ৰেম বাঢ়ি যায় আবেলিৰ ধেমালীত হেঙুলীয়া বেলিটি মিঠা-মিঠা আবেগৰ ৰং সানি যায় নিশাৰ আকাশৰ নিৰৱ পৃথিৱী শান্তিৰ নগৰীত প্ৰেম বাঢ়ি যায় আবেলিৰ ধেমালিত ৰঙা বেলিটি নকৈ সাজি আপোন গাওঁলে যায় । গীতৰ সুৰে সুৰে জোনাকী জুমি চায় এন্ধাৰ ৰাতিত জোনে পোহৰায় নৈৰ পাৰে পাৰে কহুঁৱা বলিছে দুপৰৰ বেলিটি হেঙুল সাজিছে ।
×